সম্পাদকীয়-এপ্ৰিল
কংকণা দাস বসন্ত প্ৰকৃতিৰ অনন্য এক ৰূপ। প্ৰেমময় বসন্ত পৃথিৱীৰ উৰ্বৰতাৰ প্ৰতীক। । হঠাত গোমা হৈ অহা কজলা আকাশখন, বৰদৈচিলাৰ সঘন আহ যাহ, বিজুলীৰ চিকমিকনিৰ মাজতে পৃথিৱী সাজু হৈ উঠে সৃষ্টিৰ বাবে। কোনো প্ৰেয়সী চৰাইৰ আকুল কণ্ঠেৰে বসন্ত মুখৰিত হৈ উঠে। ফুলৰ সুবাসেৰে আমোলমোল পৰিৱেশত প্ৰেমিক চৰাইয়ে নিজৰ ঘৰ সজাৰ সপোন দেখে। গোপনে ফুলি উঠা …






