Editor(EN), The Seed

Novanita Sharma

Editor(English),The seed

Novanita Sharma is an avid Nature lover turned ardent Nature activist who believes in zealously working for the conservation of forests, mountains and pristine wilderness of Northeastern India. She has been a part of the Nature's Beckon family for many years. A teacher with the heart of an activist, she believes Nature is the best school where lies no end to the continuous process of learning. Novanita Sharma has contributed to the cause of biodiversity conservation through translation of some very valuable books of significant importance from Assamese to English, she has also contributed through popular articles published in several well known dailies of the region. An activist to the core, she believes in leaving no stone unturned to bring the necessary positive change in the field of biodiversity conservation. Nature conservation isn't a job, it's a commitment.

কংকণা দাস

সম্পাদক(অসমীয়া),The Seed

পেছাত শিক্ষয়িত্ৰী। সৰুৰে পৰা প্ৰকৃতিৰ প্ৰতি থকা ভালপোৱাই বৰ্তমান পৰিৱেশ সংৰক্ষণৰ কাৰ্য্যক্ষেত্ৰখনলৈ আকৃষ্ট কৰি তুলিছিল। নেচাৰ্চ বেকনৰ লগত ২০১৩ৰ পৰাই জড়িত হৈ পৰিৱেশ সংৰক্ষণ সম্পৰ্কে অনুষ্ঠিত বিভিন্ন কেম্পৰ জড়িয়তে তেওঁ নেচাৰ্চ বেকন আৰু ইয়াৰ পৰিৱেশ আন্দোলনৰ যাত্ৰাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। চৰাই পৰ্যবেক্ষণ তেওঁৰ প্ৰিয় হবি আৰু লগতে পৰিৱেশ সম্পৰ্কীয় লিখা মেলাৰ প্ৰতিও আগ্ৰহী।তেওঁৰ প্ৰকৃতি সম্বন্ধীয় প্ৰবন্ধ মাজে সময়ে বিভিন্ন বাতৰিকাকত, আলোচনীৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশিত হৈছে। প্ৰকৃতি সংৰক্ষণ আমাৰ মৌলিক কৰ্তব্য আৰু এই আদৰ্শক আগুৱাই নিবলৈ বিদ্যালয় পৰ্য্যায়ত প্ৰকৃতি সংৰক্ষণৰ বাবে তেওঁ কিছু বছৰৰ পৰা কাম কৰি আছে। চৰাই পৰ্যবেক্ষণৰ উপৰিও তেওঁ প্ৰকৃতি, ইতিহাস বিষয়ক কিতাপ পঢ়ি আৰু ভ্ৰমণ কৰি ভাল পায়।