সম্পাদকীয় -এপ্ৰিল
কংকণা দাস ২০২২ ৰ ধৰিত্ৰী দিৱসত পৰম পাৱন চতুৰ্দশ দালাই লামাই এটা বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতৰ এই বাৰ্তাৰ মূল বক্তব্য হ’ল – প্ৰকৃতিত সকলো জীৱৰে সমান অধিকাৰ আছে । অৰ্থাৎ পৃথিৱী কেৱল মানুহৰেই নহয়, সকলো প্ৰাণীৰে পৃথিৱীত সুখেৰে জীয়াই থকাৰ অধিকাৰ আছে। বুদ্ধিমান মানুহ হিচাপে আমাৰ প্ৰাথমিক কামটোৱেই হ’ ল অইন জীৱ সমূহৰ অধিকাৰৰ প্ৰতি …