জয়পুৰত পৰ্যটন উদ্যোগৰ সম্ভাৱনা
জয়ন্ত ভূঞা, উজনি অসমৰ ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া ঠাই জয়পুৰ। প্ৰাকৃতিক, ঐতিহাসিক আৰু নৃগোষ্ঠীয় বৈচিত্ৰ্যৰ সমলেৰে ভৰপুৰ এই জয়পুৰ। এখন ঠাই এইকেইটা সমলৰ উভয়নদী হোৱা মানেই সেই ঠাইখনত পৰ্যটন শিল্প গঢ় লোৱাৰ অপাৰ সম্ভাৱনা থাকে। সেয়ে জয়পুৰ অঞ্চলৰ এই বিলাক সমলক উপযুক্ত ব্যৱহাৰ কৰি ঠাইখনক পৰ্যটন শিল্পৰ ঠাই হিচাপে গঢ়ি তোলাৰ সাংঘাতিক সুযোগ আছে। প্ৰথমে আহো …