সম্পাদকীয় ফেব্ৰুৱাৰী
কংকণা দাস “চাংপো-চিয়াং- ব্ৰহ্মপুত্ৰ”,- Free TIBET A Voice from Assam মঞ্চৰ তৰফৰ পৰা প্ৰকাশিত এখন নিউজলেটাৰ। অসমৰ ব্ৰহ্মপুত্ৰক আমি আমাৰ আয়ুসৰেখা বুলি বিশ্বাস কৰো। প্ৰাচীন কামৰূপ ৰাজ্য , যাক বৰ্তমানৰ অসম নামেৰে জনা যায়, সেয়া ব্ৰহ্মপুত্ৰ সভ্যতাৰ এক অংশ। যুগ যুগ ধৰি প্ৰবাহিত পবিত্ৰ ব্ৰহ্মপুত্ৰক বাদ দি আমি আমাৰ পৰিৱেশ, প্ৰকৃতি আৰু সভ্যতাৰ অস্তিত্বৰ কথা …