Ahum Basudham Krit Mangaljanak
অসমৰ ধেমাজি জিলাত, নেচাৰ্চ বেকনৰ ‘অহম্ বসুধাম্ কৃতে মঙ্গলজনক’ (মই পৃথিৱীৰ বাবে মঙ্গলজনক) কাৰ্যসূচীৰ এভূমুকী – যুগল সন্দিকৈ ‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’ শীৰ্ষক সংকল্প গ্ৰহণ অনুষ্ঠানউত্তৰ-পূৱ ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ ৪০ সংখ্যক বৰ্ষপূৰ্তি আৰু সংগঠনটোৰ আগন্তুক দশকজোৰা সোণালী জয়ন্তী উৎসৱ অনুষ্ঠানৰ অংশ হিচাপে সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ গ্ৰহণ কৰা অহম্ বসুধাম্ কৃতে মঙ্গলজনকঃ [মই …