Month: February 2024

প্ৰকৃতি সাহিত্য ( কবিতা)

ঘৰচিৰিকা – চিন্ময় নাথ, মিনাৰ্ভা একাডেমী ঘৰচিৰিকা ঘৰচিৰিকা ক’ত আছিলা তুমি পোৱালিটো আনিছিলো দুখ পাইছে বুলি। খুৱাই-বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি, ঘূৰাই দিছোঁ পোৱালীটো ৰাখা যতন কৰি।  

প্ৰকৃতি সাহিত্য ( কবিতা)

প্ৰকৃতি আৰু মই Photo Credit : Jyotimoy Kalita – কুকি দেৱী, মিনাৰ্ভা জুনিয়ৰ কলেজ কুৱঁলীবোৰে যেন মায়ং পাহাৰখনক নিজ ভাবি আকোঁৱালি লৈছে। কি যে ধুনীয়া দৃশ্য.. কিযে ধুনীয়া ক্ষণ। ভাবি থাকোতেই মোৰ ছবিখন সম্পূৰ্ণ হ’ল। মই এটা ধুনীয়া মাছৰোকা আকিঁছো। সেই যে, পবিতৰাৰ হাডুক বিলখনত এটা মাছ লৈ উৰি যোৱা গৰাকী.. চৰাইবোৰ সঁচাই সুন্দৰ সিহঁতে …

প্ৰকৃতি সাহিত্য ( কবিতা) Read More »

প্ৰকৃতি সাহিত্য ( কবিতা)

মোৰ মন যায় – লিপান্তৰ জ্যোতি নাথ বৰদলৈ, শ্ৰেণী : ৫ম, মিনাৰ্ভা একাডেমী   মোৰ মন যায় চৰাই হ’ বলৈ,  আকাশত মুক্ত মনে উৰি ফুৰিবলৈ।  মোৰ মন যায় পবিতৰা অভয়াৰণ্যৰ গঁড় চাবলৈ। ওলমা দলংখন বৰ ভাল লাগে,  গঁড়, হাতী, বন গাহৰি থাকে ভাগে ভাগে।  বিভিন্ন চৰাই আহি পৰেহি  হাডুক বিলত মুক্ত মনে ঘূৰি ফুৰে  খাদ্যৰ …

প্ৰকৃতি সাহিত্য ( কবিতা) Read More »

প্ৰকৃতি সাহিত্য ( কবিতা)

তোমাৰ পৰশ পাই অৰণ্য Photo Credit : Sanjib GohainBoruah – দিব্য জ্যোতি নাথ, শ্ৰেণী : ষষ্ঠ , মিনাৰ্ভা একাডেমী   প্ৰকৃতিয়ে পিন্ধিছে সেউজীয়া আভুষণ,  তোমাৰ পৰশ পাই অৰণ্য।  গছৰ ডালত কুলিৰ মৌ সনা মাত..  তোমাৰ পৰশেৰে প্ৰকৃতি বিনন্দীয়া তোমাৰ পৰশেৰে মন উৰণীয়া। তোমাক পৰশেৰে জীপাল এই ধৰা তোমাৰ পৰশেৰে আশাৰ বতৰা তোমাৰ পৰশ পাই গাভৰু …

প্ৰকৃতি সাহিত্য ( কবিতা) Read More »