প্ৰকৃতি সাহিত্য ( কবিতা)The Seed, a Nature's Beckon Blog / By nbneindia / February 9, 2024 February 9, 2024 তোমাৰ পৰশ পাই অৰণ্য Photo Credit : Sanjib GohainBoruah - দিব্য জ্যোতি নাথ, শ্ৰেণী : ষষ্ঠ , মিনাৰ্ভা একাডেমী প্ৰকৃতিয়ে পিন্ধিছে সেউজীয়া আভুষণ, তোমাৰ পৰশ পাই অৰণ্য। গছৰ ডালত কুলিৰ মৌ সনা মাত.. তোমাৰ পৰশেৰে প্ৰকৃতি বিনন্দীয়াতোমাৰ পৰশেৰে মন উৰণীয়া।তোমাক পৰশেৰে জীপাল এই ধৰাতোমাৰ পৰশেৰে আশাৰ বতৰাতোমাৰ পৰশ পাই গাভৰু হ’ল এই ধৰা।