সম্পাদকীয়, অক্টোবৰ ২০২৬

–       কংকণা দাস অক্টোবৰ মাহত উদযাপিত হয় বন্যপ্ৰাণী সপ্তাহ। প্ৰকৃতিৰ উৎসৱ বোৰ যেতিয়া সংৰক্ষণকামী হয় তেতিয়াই তাৰ সাৰ্থকতা বাঢ়ে ।শীতৰ আগমনৰ লগে লগে বিভিন্ন ৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ খোলা হব লাগ লাগ পৰ্যটক সকলৰ ভিৰ বাঢ়িব | তাৰ ঠিক কেইদিন মান পিছতেই আৰম্ত হ’ব পিকনিক ৰ বতৰ৷ যদিও অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ  অভ্যন্তৰত …

সম্পাদকীয়, অক্টোবৰ ২০২৬ Read More »