Month: September 2024

মই পৃথিৱীৰ বাবে মঙ্গলজনক

Nature’s Beckon’s Ahum Basudhame Krite Mangaljanak mind movement opens a new paradigm for conservation-education and biodiversity conservation in Eastern India. -কিশোৰ কুমাৰ চৌধুৰী         উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনে ২০২২ চনলৈকে চাৰিটা দশক সম্পূৰ্ণ কৰিলে৷ ১৯৮২ চনৰ, অৰ্থাৎ জন্মলগ্নৰ পৰা আজিলৈকে আমাৰ সংগঠন নেচাৰ্চ বেকনে অসমৰ সুহৃদ-সচেতন ৰাইজৰ সহযোগত অসমৰ বন-বন্যপ্ৰাণী …

মই পৃথিৱীৰ বাবে মঙ্গলজনক Read More »

গোৱালপাৰাৰ প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য প্ৰাচীন ভাৰতৰ সংৰক্ষণ পৰম্পৰাৰ নিদৰ্শন

Nature’s Beckon appeals for the declaration of Pancharatna Wildlife Sanctuary. PC: Jyotimoy Kalita -সৌম্যদ্বীপ দত্ত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত, প্ৰাচীন কালৰে পৰা অৰণ্য সংৰক্ষণৰ কথা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়টো যিমান ব্যাপকভাবে আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চৰ্চিত হৈছে তেনেকুৱা দৃষ্টান্ত পৃথিৱীৰ অন্যান্য সভ্যতাত বিৰল৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ গোৱালপাৰা অঞ্চল প্ৰাচীন ভাৰতৰ অন্যতম সমৃদ্ধশালী অঞ্চল৷ ঐতিহাসিকভাৱে বৰ্তমানৰ গোৱালপাৰা অঞ্চলৰ …

গোৱালপাৰাৰ প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য প্ৰাচীন ভাৰতৰ সংৰক্ষণ পৰম্পৰাৰ নিদৰ্শন Read More »

গোলাঘাটত নেচাৰ্চ বেকনৰ “ভাৰতৰ অমৃতকাল-জৈৱবৈচিত্ৰ সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্রা” আৰু মোৰ অনুভৱ

Nature’s Beckon’s ‘Bharatar Amritkal Joiboboichitra Sanrakshan Chetana aru Vidyarthi Jagaran Yatra’ at Golaghat, Assam -অনন্ত শইকীয়া আমাৰ প্ৰায়সকলৰে ধাৰণা এটা পৰ্যায়ৰ পৰা বৰ্তমান সময়ৰ ছাত্ৰ-ছাত্ৰী সকলে বহুত কথাই জানে। সমসাময়িক আৰ্থ-সামাজিক , ৰাজনৈতিক বা প্ৰাকৃতিক সমস্যাৰ বিষয়েও সচেতন। এই বিলাক পাঠ্যপুথিৰ উপৰিও বাতৰি কাকত, আলোচনী, কিতাপ আদি নপঢ়াকৈয়ে তথাকথিত ছচিয়েল মিডিয়া বা মোবাইল ফোন ইন্টাৰনেটৰ …

গোলাঘাটত নেচাৰ্চ বেকনৰ “ভাৰতৰ অমৃতকাল-জৈৱবৈচিত্ৰ সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্রা” আৰু মোৰ অনুভৱ Read More »

এক দীঘলীয়া পথেৰে প্ৰস্তাৱিত জয়দিহিং অভয়াৰণ্যৰ পৰা দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ

A group of students on a study tour to Dihing Patkai National Park ৰবিন চন্দ্ৰ দুৱৰা নব্বৈ দশকৰ কোনো এটা শুভক্ষণত প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ কেইজনমান সদস্যৰ সৈতে সঞ্চালক তথা ২০২৩ চনৰ ‘অসম গৌৰৱ’ বঁটাপ্ৰাপ্ত সৌম্যদ্বীপ দত্ত জয়পুৰলৈ আহে৷ উদেশ্য বৰ্ষাৰণ্য সংৰক্ষণ কৰা৷ প্ৰথম অৱস্থাত আমি বহুতেই বৰ্ষাৰণ্যৰ নাম শুনা নাছিলোঁ, যদিও আমাৰ কাষতেই …

এক দীঘলীয়া পথেৰে প্ৰস্তাৱিত জয়দিহিং অভয়াৰণ্যৰ পৰা দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ Read More »