Month: June 2025

সম্পাদকীয়, জুন ২০২৫

–      কংকণা দাস চৰাই‌ প্ৰকৃতিৰ এক আপুৰুগীয়া অৱদান। চৰাই যিদৰে পৰিস্থিতি তন্ত্ৰৰ অন্যতম অৱদান, ঠিক তেনেদৰে ই মানুহৰ মনত অনাবিল আনন্দৰ সৃষ্টিকাৰক। আদিম যুগৰেই পৰাই চৰাই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ। আমাৰ আশে পাশে থকা চৰাই মাথো কিছু সংখ্যকহে পোহনীয়া, বাকী বেছি সংখ্যকেই বনৰীয়া। দৰাচলতে যিবোৰ চৰাইৰ   দৈনন্দিন কৰ্ম কাণ্ডত মানুহৰ কোনো ভূমিকা নাথাকে সেয়াই‌ বনৰীয়া …

সম্পাদকীয়, জুন ২০২৫ Read More »

বনৰীয়া চৰাইবোৰো আমাৰ উপকাৰী বন্ধু – ইহঁতৰ জীৱন আৰু বাসস্থান সংৰক্ষণ কৰা আমাৰ নৈতিক কৰ্তব্য

Nature’s Beckon begins Wild Birds’ Nests, Eggs, and Habitat Preservation Campaign 2025 at Sadiya, Assam. PC : NB archives. – সৌম্যদ্বীপ দত্ত  আমি যি জীৱ পৰিমণ্ডলত বাস কৰোঁ, বন আৰু বন্যপ্ৰাণ তাৰ এক অবিচ্চেদ্য অংগ৷ মানৱ জাতিৰ অস্তিত্ব ৰক্ষাত পৰিৱেশ বন আৰু বন্যপ্ৰাণৰ গুৰুত্ব অপৰিসীম৷ আমাৰ এই প্ৰকৃতিত আমি হাজাৰ হাজাৰ প্ৰাণৰ বৈচিত্ৰতা দেখিবলৈ পাওঁ৷ …

বনৰীয়া চৰাইবোৰো আমাৰ উপকাৰী বন্ধু – ইহঁতৰ জীৱন আৰু বাসস্থান সংৰক্ষণ কৰা আমাৰ নৈতিক কৰ্তব্য Read More »

Ahum Basudhame Krite Mangaljanak: A Mind Movement for Biodiversity Conservation

‘Ahum Basudhame Krite Mangaljanak Mind Movement’ is spreading its light in new areas of Eastern India with the formal launch amongst the students of Kalchini, and Madarihat at West Bengal in June 2025. – Novanita Sharma –          –          “Nature’s Beckon’s philosophy believes that Earth is not just for human beings, everything on this planet cannot …

Ahum Basudhame Krite Mangaljanak: A Mind Movement for Biodiversity Conservation Read More »

নদী সংৰক্ষণ

Brahmaputra River, the ecological, cultural, and economic lifeline of Assam. PC : Internet. –         কিশোৰ কুমাৰ চৌধুৰী আমাৰ দেশ নদী প্ৰধান দেশ। নদীয়েই সভ্যতাৰ উন্মেষ ঘটাইছে। নদীয়ে সংস্কৃতিক গতিশীল কৰিছে। নদীক কেন্দ্ৰ কৰি পৃথিৱীৰ সকলো ভাষাতেই সাহিত্য-কলাৰ সৃষ্টি হৈছে। নদী হ’ল ভৌগোলিক অৱয়ব সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱয়ব। নদীয়ে ওখ পৰ্বতৰ পৰা সমুদ্ৰলৈকে সংযোজিত হৈ থাকে। …

নদী সংৰক্ষণ Read More »