Month: July 2023

Natural History & Its Unsolved Mysteries – অসমতো আছিল দুশিঙীয়া গঁড়

কলকাতাৰ ভাৰতীয় সংগ্ৰাহলয়ৰ নেচাৰেল হিষ্ট্ৰি অংশত – ৰূপম বৰুৱা সিদিনা জাৰ্ণাল অব্ দা বোম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সংকলন এটাত পঢিলো অসমতো একালত দুশিঙীয়া গঁড়ৰ বাস আছিল। এতিয়াৰ আফ্ৰিকাৰ দৰে এছিয়াৰো বিশেষকৈ দক্ষিণ – পূব অংশৰ ইন্দোনেছিয়া, মালেছিয়া আদিৰ দৰে হাবি বননিত এসময়ত দুটা খড়্গযুক্ত গঁড় থকাৰ কথাটো জানিছিলো, কিন্তু আমাৰ অসমতো যে এইবিধ গঁড়ৰ বাস আছিল …

Natural History & Its Unsolved Mysteries – অসমতো আছিল দুশিঙীয়া গঁড় Read More »

ধেমাজি জিলাত নেচাৰ্চ বেকনৰ বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ এক চমু আলোকপাত

– যুগল সন্দিকৈ নেচাৰ্চ বেকনৰ ‘অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ’ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক বিশেষ অনুষ্ঠান কাৰ্যসূচীৰ অধীনত ধেমাজিত তিনিদিনীয়া বিশেষ গ্ৰীষ্মকালীন শিবিৰ সম্পন্ন হয়৷ উত্তৰ-পূৱ ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ ৪০ সংখ্যক বৰ্ষপূৰ্তি আৰু সংগঠনটোৰ আগন্তুক দশকজোৰা সোণালী জয়ন্তী উৎসৱ-অনুষ্ঠানৰ অংশস্বৰূপে ২০২২ বৰ্ষৰ জুন মাহত ঘোষণা কৰা আৰু সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ গ্ৰহণ কৰা ‘অহম্‌ বসুধাম্‌ …

ধেমাজি জিলাত নেচাৰ্চ বেকনৰ বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ এক চমু আলোকপাত Read More »