সম্পাদকীয়

কংকণা দাস দ্য চীড – এ নেচাৰ্চ বেকন ব্লগে এবছৰ সম্পূৰ্ণ কৰিলে। নেচাৰ্চ বেকনৰ এই ব্লগৰ মূল উদ্দেশ্য হ’ল সাহিত্যৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰা। যোৱা বছৰত বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়োৱা আৰু আমাক উৎসাহিত কৰা দ্য চীডৰ সকলো শুভাকাংক্ষীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। পৰিৱেশ সংৰক্ষণৰ আন্দোলনত পৰিৱেশ আৰু প্ৰকৃতি সাহিত্যৰ বিশেষ …

সম্পাদকীয় Read More »