Month: October 2021

অৰণ্য ভ্ৰমণ: কিয় আৰু কেনেদৰে

বনানী দাস গছৰ গুটিটোৰ তলফালে চুলি সদৃশ অসংখ্য শিপা। পাহাৰত পানীৰ ঢাল বৈ আহিলেও গছজোপাই যাতে অৰণ্যখনত তাৰ অস্তিত্ব বজাই ৰাখিব পাৰে তাৰ বাবেই এই ব্যৱস্থা। গুটিতেই শিপা, কেৱল প্ৰয়োজন পানী, মাটি আৰু উপযুক্ত পৰিৱেশৰ। যতেই নাথাকক, অৰণ্যৰাণীৰ অলপ যত্নতেই প্ৰাণৰ সমাহাৰ ঘটাব পাৰে সি। আচৰিত নহয়নে? এনে বহু অদ্ভুত আৰু আশ্চৰ্য্যজনক ৰহস্যৰে ভৰপূৰ অৰণ্য। …

অৰণ্য ভ্ৰমণ: কিয় আৰু কেনেদৰে Read More »