আমাৰ বন্যপ্ৰাণী ৰক্ষাৰ আন্দোলন তথা প্ৰকৃতি ৰক্ষাৰ আন্দোলনক যাতে কোনেও অপব্যৱহাৰ কৰিব নোৱাৰে
Nature’s Beckon has been a constant hope for the nature conservation movement in Eastern India. PC: NB Archives – সৌম্যদ্বীপ দত্ত সত্তৰ দশকৰ পৰা প্ৰায় নব্বৈ দশকৰ সময়লৈকে আমাৰ অসমত বন্যপ্ৰাণী সংৰক্ষণৰ চিত্ৰটো আজিৰ দৰে নাছিল৷ সেই সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাটো অসমৰ সমাজত, আজিৰ দৰে সজাগ হৈ থকা নাছিল৷ মোৰ সমবয়সৰ ব্যক্তি সকল আৰু বয়জ্যেষ্ঠ …
