সম্পাদকীয় জুন ২০২৩
-কংকণা দাস গৰমৰ বন্ধ বুলিলেই আমাৰ সকলোৰে মন বিভিন্ন স্মৃতিৰে ভৰি পৰে। গৰমৰ বন্ধ মানেই স্কুল কিতাপৰ বোজাৰ পৰা দূৰত নিজৰ ভাললগা ধৰণে অতিবাহিত কৰিবলৈ অফুৰন্ত সময়। ব্যস্ত জীৱনত প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰিবলৈ আমি বৰ্তমান খুব কম সময় পাওঁ। সেয়েহে সকলো অভিভাৱকে এই গৰমৰ বন্ধৰ সময়চোৱা প্ৰকৃতিৰ সৈতে নিজৰ নিজৰ সন্তানক চিনাকি কৰাই দিয়াৰ …