Month: August 2023

সম্পাদকীয় আগষ্ট ২০২৩

-কংকণা দাস অহম বসুধাম কৃতে মংগলজনক… মইপৃথিৱীৰ বাবে মংগলজনক.. নেচাৰ্চ বেকনৰ এই প্ৰকল্পই ইতিমধ্যে অতি সফলতাৰে প্ৰথম বৰ্ষ পাৰ কৰিলে। সদ্যহতে অসমৰ বিভিন্ন বিদ্যালয়ত শতাধিক ছাত্ৰ ছাত্ৰীক লৈ এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। নেচাৰ্চ বেকনৰ এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে  ভৱিষ্যত প্ৰজন্মৰ মনত পৃথিৱীৰ মংগল ধাৰণাৰ বীজ অংকুৰিত কৰা আৰু প্ৰতি গৰাকী ব্যক্তিয়ে নিজৰ চেতনাক …

সম্পাদকীয় আগষ্ট ২০২৩ Read More »

বনজুই

– বনানি দাস পাহাৰৰ বনজুই দেখিছানে?? কেনেদৰে ঠাহি মুহি নিয়ে পাহাৰখনৰ অৰণ্যক। ৰঙাকৈ জ্বলি উঠা দেখো যে বহুদূৰৰ পৰা, অশান্ত কৰি বহুদিনলৈ উদং কৰি নিয়ে যি পাহাৰৰ বুকুখন!   পাহাৰৰ বনজুই দেখিছানে? ধোৱা হৈ চানি ধৰে যি আকাশক!  কুণ্ডলী পকাই উৰি গৈ,  আকাশকো যি নমনা কৰে,  নেদেখা কৰি বহুদিনলৈ, পাহাৰতকৈও ওখ আকাশখন।    বনজুই নে …

বনজুই Read More »

বীজ: এক প্ৰচণ্ড সম্ভাৱনা

-প্ৰণামী গোস্বামী বায়ুনাং শোধকা: বৃক্ষা:ৰোগাণামপহাৰকা:তস্মাদ্ ৰোপণমেতেষাং ৰক্ষণংচ হিতাবহম্।। “বৃক্ষই বায়ু শুদ্ধ কৰে আৰু ৰোগ দূৰ কৰাত সহায় কৰে। সেয়েহে বৃক্ষ ৰোপন আৰু প্ৰতিপালন কৰা প্ৰাণীৰ বাবে হিতজনক” – আমাৰ ভাৰতীয় সংস্কৃতিয়ে কেৱল বৃক্ষ ৰোপনৰ কথাই নহয় প্ৰতিপালনৰ কথাও আমাক এইদৰেই সোঁৱৰাই দিয়ে। গছ থাকিলেহে যে আমি থাকিম সেই কথা মনত ৰাখি আমি প্ৰতিজনে গছ ৰোৱা …

বীজ: এক প্ৰচণ্ড সম্ভাৱনা Read More »