SOUMYADEEP DATTA : THE CHANGEMAKER নো কি?
Photo Source : NB Archives. – ড॰ বনজিত ভট্ট ‘SOUMYADEEP DATTA: THE CHANGEMAKER’, সু-লেখিকা তথা পৰিৱেশকৰ্মী নৱনীতা শৰ্মাৰ দ্বাৰা প্ৰণোদিত [ইংৰাজী ভাষাৰ] এখনি মূল্যৱান পুথি৷ দৃষ্টিনন্দন বেটুপাতেৰে সজ্জিত ১৫২ পৃষ্ঠাৰ পুথিখনত মূলতঃ বিচৰণ কৰিছে সৌমদ্বীপ দত্ত নামৰ সুগভীৰ ব্যক্তি সত্তাটোৱে৷ লেখিকাই তেওঁৰ স’তে যেন অনানুষ্ঠানিক আড্ডাতহে বহিছে৷ কথা পাতিছে, মুকলিকৈ৷ সম্পূৰ্ণ কথোপকথন আৰ্হিৰে আগবাঢ়িছে …
