Month: January 2024

সম্পাদকীয়, জানুৱাৰী ২০২৪

কংকণা দাস নেচাৰ্চ বেকনে ২০২৪ ইং বৰ্ষৰ ১৯, ২০ আৰু ২১ জানুৱাৰী তাৰিখে পবিতৰাত বনৰীয়া চৰাই সংৰক্ষণ উৎসৱৰ আয়োজন কৰে। পবিতৰাৰ মায়বং ইকো ৰিজৰ্টৰ স্বত্বাধিকাৰী শ্ৰী যুত নৃপেন নাথৰ সহযোগিতাত অনুষ্ঠিত এই উৎসৱৰ মূল উদ্দেশ্য আছিল বনৰীয়া চৰাই তথা প্ৰকৃতি সংৰক্ষণ। জন্ম লগ্নৰে পৰাই নেচাৰ্চ বেকনে প্ৰকৃতি – পৰিৱেশ সংৰক্ষণৰ হকে নিত্য নতুন চিন্তাৰে ব্যতিক্ৰমী …

সম্পাদকীয়, জানুৱাৰী ২০২৪ Read More »

প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰা – কৃষ্ণা মেধী, শ্ৰেণী : একাদশ, মিনাৰভা জুনিয়ৰ কলেজ দেখিবলৈ ধুনীয়া  আমাৰ পবিতৰা হাজাৰ ৰঙী পক্ষীৰে ভৰা।  দেখিবলৈ ধুনীয়া  সকলোৰে চিনাকী  আমাৰ পবিতৰা।  দুৰ দুৰণিৰ মানুহে চাবলৈ আহে আমাৰ পবিতৰা  চৰাই চিৰিকটি, জন্তুৰে ভৰা  এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত  আমাৰ পবিতৰা। 

প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰাৰ গৰিমা – চিন্ময় নাথ, শ্ৰেণী :ষষ্ঠ, মিনাৰভা একাডেমী পবিতৰা শুৱনি আমাৰ পবিতৰা খনি গছ-গছনি, চৰাই আৰু জন্তুৰে ভৰা শুৱনি আমাৰ পবিতৰাৰ এশিঙীয়া গঁড় যাৰ বাবে পবিতৰা বিখ্যাত। শুৱনি আমাৰ পবিতৰাৰ ওলমা দলঙৰ তলৰ নদীত বিভিন্ন মাছ আৰু সাপেৰে ভৰা  শুৱনি আমাৰ পবিতৰাত আহি সংগ্ৰহালয় চাবা তাত মায়ঙৰ যাদু পাবা।