Month: June 2024

সম্পাদকীয়, জুন ২০২৪

– কংকণা দাস গছৰ ফাঁকেৰে সৰকি অহা পোহৰৰ ছয়াময়াই সৃষ্টি কৰা এক অপূৰ্ব কেনভাছ। ছাতি যেন সেউজীয়া আৱৰণ এটাৰ ছিদ্ৰৰে সৰকি অহা বেলিৰ পোহৰে ৰূপকথাৰ মায়াময় চহৰৰ সৃষ্টি কৰিছিল অৰণ্যখনত। অচিন পতংগৰ অহৰহ সুহুৰি, চৰাইৰ কলৰৱেৰে ব্যস্ত এখন প্ৰকৃতিৰ চহৰ। প্ৰথম দৃষ্টিতেই প্ৰেম জাগ্ৰত  হোৱা, তৰপ তৰপ বিশাল মহীৰূহৰ সমাহাৰেৰে অনন্য এক প্ৰাচীন  বৰ্ষাৰণ্য। নামচাঙৰ অন্তেষপুৰ …

সম্পাদকীয়, জুন ২০২৪ Read More »

মহৰ্ষি বাল্মীকি আছিল পৃথিৱীৰ প্ৰথম চৰাই সংৰক্ষক আৰু প্ৰথম প্ৰকৃতি সাহিত্যিক

Photo Source: Internet – সৌম্যদ্বীপ দত্ত                    সমগ্ৰ পৃথিৱীতে ভাৰতীয়সকলেই একমাত্ৰ জাতি যিসকলে প্ৰাচীন কালৰে পৰা অৰণ্য আৰু বন্যপ্ৰাণীবোৰক সংৰক্ষিত কৰি ৰখাৰ পৰম্পৰা, নিজৰ সংস্কৃতিত বহন কৰি চলিছে৷ বিজ্ঞানভিত্তিক প্ৰকৃতি ইতিহাসৰ জ্ঞান, সমগ্ৰ বিশ্বৰ দেশবোৰে ভাৰতীয়সকলৰ পৰাই গ্ৰহণ কৰিছিল৷ আমেৰিকা, ইউৰোপ ইত্যাদি দেশবোৰৰ পণ্ডিত, বৈজ্ঞানিক আৰু দাৰ্শনিকসকলৰ …

মহৰ্ষি বাল্মীকি আছিল পৃথিৱীৰ প্ৰথম চৰাই সংৰক্ষক আৰু প্ৰথম প্ৰকৃতি সাহিত্যিক Read More »