সম্পাদকীয় – ডিচেম্বৰ,২০২৪
– কংকণা দাস সম্প্ৰতি প্রকৃতি সংৰক্ষণ এনে এক বিষয়বস্তু যিটো প্রতিগৰাকী নাগৰিকে নিজৰ জাতীয় কর্তব্য বুলি গ্রহণ কৰিব লাগে৷ মানুহৰ জ্ঞানৰ পৰিসৰত সৌৰজগতৰ পৃথিৱীয়েই একমাত্র গ্রহ য’ত জীৱ অর্থাৎ প্রাণ আছে | আজি ২১ শতিকাত পৃথিৱী এনে এক স্থানত উপনীত হৈছে য’ত পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰ প্রায় ধ্বংসৰ কবলত পৰিছে। পৃথিৱীৰ এই অৱস্থাৰ একমাত্র কাৰক মানুহৰ বিচাৰ …