অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলন
আৰু আকাশবাণী ডিব্ৰুগড়
লোহিত ডেকা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰতিষ্ঠা কালৰ পৰাই অৰ্থাৎ ১৯৬৯-৭০ চনমানৰ পৰাই পৰিৱেশ বিজ্ঞান বা পৰিৱেশ অধ্যয়ন সম্পৰ্কীয় কথিকা, সাক্ষাৎকাৰ আদি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। সেইবোৰক একে আষাৰে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে প্ৰচাৰিত বুলি ক’ব নোৱাৰিলেও কেন্দ্ৰটোৱে পিছৰ কালত গঢ়ি তোলা সংৰক্ষণ অভিযান ভেটি প্ৰতিষ্ঠাৰ আৰম্ভণী বুলি নিশ্চয়কৈ ক’ব পাৰি। সেই কথিকা, সাক্ষাৎকাৰ বা তাৰ অলপ …
অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলন
আৰু আকাশবাণী ডিব্ৰুগড় Read More »