Month: March 2024

প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰা – ৰিজুমণি ডেকা, শ্ৰেণী: নৱম মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয় পবিতৰা তুমি সেউজী ধুনীয়া,  গছ-বন , পশু-পক্ষী বাৰেবৰণীয়া।  সূৰুয উঠাৰ পৰা অস্ত যোৱালৈ  প্ৰতিটো ক্ষণতে দেখো প্ৰকৃতিৰ বিনন্দীয়া ৰূপ।  এফাল সেউজ পাহাৰৰ পৰা আহে  মায়ংৰ বেজে জব্দ কৰা মন্ত্ৰৰ ধ্বনি আনফালে পবিতৰা আছে গড় এশিঙীয়া,  সেয়েহে পবিতৰা সেউজী ধুনীয়া।  পবিতৰা, অ’ পবিতৰা  তোমাৰ কথা ভাৱিলে …

প্ৰকৃতি সাহিত্য ( কবিতা) Read More »

প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰা Photo Credit : Debajit Nath – নবনীতা ডেকা, শ্ৰেণী : নৱম, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয় কেনে নো ধুনীয়া আমাৰ পবিতৰা  গছ-বন, পশু-পক্ষী নানা বৰণীয়া।  গঁড় আছে , বন গাহৰি আৰু বালিমাহী ম’হৰ পিঠিত বগলী বোৰে থাকে নাচি-বাগী খৰালি মাহত ৰাজ হংস উৰে  আকাশ চানি।  ক’ত যে বিল দঙা আছে মাছ-কাছৰে ভৰি,  সৰীসৃপ, অৰ্কিডৰ মায়াময় …

প্ৰকৃতি সাহিত্য ( কবিতা) Read More »