Month: July 2021

প্ৰেছ বিবৃতি-গোৱালপাৰা জিলাত দুখন নতুন অভয়াৰণ্যৰ প্ৰস্তাৱ

গোৱালপাৰা জিলা প্ৰাচীন কামৰূপ তথা অসমৰ এটা প্ৰাচীনতম অঞ্চল। হাজাৰ হাজাৰ বছৰ ধৰি এই অঞ্চল ভাৰতীয় সভ্যতাৰ লগত সংপৃক্ত হৈ আছে। গোৱালপাৰা অঞ্চলত পোৱা প্ৰাচীন মন্দিৰ, বৌদ্ধ মঠ, শিলালিপি,স্বৰ্ণমুদ্ৰা আৰু প্ৰাচীন প্ৰত্ন-সম্পদে তাৰ সাক্ষ্য বহন কৰি আহিছে। ভাৰতৰ প্ৰাচীনতম শিলৰ গণেশ মন্দিৰ, ভাৰতৰ অন্যতম প্ৰাচীন বৌদ্ধ স্তুপ আৰু মূৰ্তিখচিত শিলা মন্দিৰ শ্ৰীসূৰ্য পাহাৰ তাৰে উৎকৃষ্ট …

প্ৰেছ বিবৃতি-গোৱালপাৰা জিলাত দুখন নতুন অভয়াৰণ্যৰ প্ৰস্তাৱ Read More »

Pancharatna

প্ৰস্তাৱিত পঞ্চৰত্ন আৰু অজগৰ অভয়াৰণ্যৰ কথা

সৌম্যদ্বীপ দত্ত ভাৰতৰ স্বাধীনতাৰ পিছত অসমত সৰ্বাধিক অৱহেলিত অঞ্চল হ’ল গোৱালপাৰা অঞ্চল। গোৱালপাৰা জিলা অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল হোৱাৰ পিছতো গোৱালপাৰা অঞ্চলৰ প্ৰতি চৰম অৱহেলাৰ ফলত আজি গোৱালপাৰা অঞ্চলে তাৰ প্ৰাচীন গৌৰৱ হেৰুৱাবলৈ ধৰিছে। এছিয়া মহাদেশৰ বৃহত্তৰ শাল অৰণ্য আছিল গোৱালপাৰা অঞ্চলত, গোৱালপাৰা জিলাৰ প্ৰাকৃতিক বিল, আৰ্দ্ৰভূমিবোৰ ভাৰতৰ উৎকৃষ্ট আৰ্দ্ৰভূমি । ভাৰত তথা অসমৰ প্ৰধান …

প্ৰস্তাৱিত পঞ্চৰত্ন আৰু অজগৰ অভয়াৰণ্যৰ কথা Read More »

নেচাৰ্চ বেকন আৰু বৰ্ষাৰণ্য আন্দোলন

কংকণা দাস, Email: kankanadas22@yahoo.com গছৰ ফাঁকেৰে সৰকি অহা পোহৰৰ ছয়াময়াই সৃষ্টি কৰা এক অপূৰ্ব কেনভাছ। ছাতি যেন সেউজীয়া আৱৰণ এটাৰ ছিদ্ৰৰে সৰকি অহা বেলিৰ পোহৰে ৰূপকথাৰ মায়াময় চহৰৰ সৃষ্টি কৰিছিল অৰণ্যখনত। অচিন পতংগৰ অহৰহ সুহুৰি, চৰাইৰ কলৰৱেৰে ব্যস্ত এখন প্ৰকৃতিৰ চহৰ। প্ৰথম দৃষ্টিতেই প্ৰেম জাগ্ৰত  হোৱা, তৰপ তৰপ বিশাল মহীৰূহৰ সমাহাৰেৰে অনন্য এক প্ৰাচীন  বৰ্ষাৰণ্য। …

নেচাৰ্চ বেকন আৰু বৰ্ষাৰণ্য আন্দোলন Read More »