সম্পাদকীয় – অক্টোবৰ,২০২৪
– কংকণা দাস চৰাই পৃথিৱীৰ জৈৱ বৈচিত্র্যৰ এক আপুৰুগীয়া অংগ। পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ শৃংখল বর্তাই ৰখাত চৰাইৰ ভূমিকা যে অপৰিসীম তাক পুনৰাই দোহৰাবৰ প্রয়োজন নাই। নেচাৰ্চ বেকনে জন্ম লগ্নৰে পৰাই চৰাই সংৰক্ষণৰ হকে বিভিন্ন কার্যসূচী ৰূপায়ণ কৰি আহিছে | শেহতীয়াকৈ নেচার্চ বেকনে অসমৰ সমূহ বিদ্যালয়ত চৰাই সংৰক্ষণৰ এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছে | ভাৰতৰ মহামুনি …