Month: May 2023

Natural History & Its Unsolved Mysteries – ‘বুৰু’ কাহিনী

শিল্পী নেভ্ পাৰ্কাৰৰ কল্পনাত ‘বুৰু’ৰ ছবি – ৰূপম বৰুৱা ‘বুৰু’ ৰ বিষয়ে প্ৰথম শুনিছিলো পণ্ডিত, সাহিত্যিক প্ৰয়াত ড° প্ৰফুল্ল দত্ত গোস্বামী ছাৰৰ মুখত। এদিন হিমালয়ৰ য়েতি, স্কটলেণ্ডৰ লকনেছ দানৱ আদি ৰহস্যময় প্ৰাণী সম্পৰ্কে কিবা এক আলোচনা প্ৰসংগত তেখেতে কৈছিল বুৰুৰ কথা। অৰুণাচল প্ৰদেশৰ আপাতানিসকলৰ মাজত হেনো জনবিশ্বাস আছে-বহুকাল আগতে এক প্ৰকাণ্ড সৰীসৃপ দানৱৰ বাস আছিল …

Natural History & Its Unsolved Mysteries – ‘বুৰু’ কাহিনী Read More »