সম্পাদকীয়
কংকণা দাস, সম্পাদক (দ্য চীড) ৰাজ্যত চৌদিশে এতিয়া নিৰ্বাচনৰ ঢৌ। বিভিন্ন ৰাজনৈতিক দলে নিজা নিজা বিষয় লৈ ৰাজনৈতিক প্ৰচাৰ কৰি ফুৰিছে। এই দল সমূহে অসমৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ প্ৰতিশ্ৰুতি বছৰে বছৰে দি আহিছে। তাৰ কিছুমান হয়তো সমাধান হৈছে, কিছু সমাধানৰ পথত আৰু কিছুমান চিৰকাল সমস্যা ৰূপেই আছে। এই সমস্যা সমূহৰ ভিতৰত অসম তথা ভাৰতৰ …






