The Seed, a Nature’s Beckon Blog

NATURE

Pujasree Mahanta As I move upstairs to have a cup of tea on my terrace, Something that overwhelms me the most is ‘nature’. Every time my lip touches the cup’s rim, It connects me to the Nature: The tea leaves, the tea gardens, The men and the women working there And the joy that comes …

NATURE Read More »

সম্পাদকীয়- ডিচেম্বৰ

কংকণা দাস শীতৰ আৰম্ভণিৰ লগে লগে অসমলৈ অলেখ আলহী পক্ষীৰ আগমন ঘটে। আমাৰ অৰণ্য সমূহ, গাৱেঁ ভূঞে থকা বিল, আৰ্দ্ৰভূমি সমূহে আমাৰ এই চৰাই বোৰক আতিথ্য প্ৰদান কৰে। অসমৰ প্ৰায় প্ৰতিখন গাৱঁতেই এই পৰিভ্ৰমী চৰাইবোৰ কম বেছি পৰিমাণে দেখা যায়। অসমৰ পৰিৱেশ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতাত এই পক্ষীসমূহে বিশেষ ভূমিকা পালন কৰে। আমাৰ স্থানীয় চৰাই সমূহৰ লগে …

সম্পাদকীয়- ডিচেম্বৰ Read More »

অৰণ্য ভ্ৰমণ: কিয় আৰু কেনেদৰে

বনানী দাস গছৰ গুটিটোৰ তলফালে চুলি সদৃশ অসংখ্য শিপা। পাহাৰত পানীৰ ঢাল বৈ আহিলেও গছজোপাই যাতে অৰণ্যখনত তাৰ অস্তিত্ব বজাই ৰাখিব পাৰে তাৰ বাবেই এই ব্যৱস্থা। গুটিতেই শিপা, কেৱল প্ৰয়োজন পানী, মাটি আৰু উপযুক্ত পৰিৱেশৰ। যতেই নাথাকক, অৰণ্যৰাণীৰ অলপ যত্নতেই প্ৰাণৰ সমাহাৰ ঘটাব পাৰে সি। আচৰিত নহয়নে? এনে বহু অদ্ভুত আৰু আশ্চৰ্য্যজনক ৰহস্যৰে ভৰপূৰ অৰণ্য। …

অৰণ্য ভ্ৰমণ: কিয় আৰু কেনেদৰে Read More »

সম্পাদকীয়

কংকণা দাস দ্য চীড – এ নেচাৰ্চ বেকন ব্লগে এবছৰ সম্পূৰ্ণ কৰিলে। নেচাৰ্চ বেকনৰ এই ব্লগৰ মূল উদ্দেশ্য হ’ল সাহিত্যৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰা। যোৱা বছৰত বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়োৱা আৰু আমাক উৎসাহিত কৰা দ্য চীডৰ সকলো শুভাকাংক্ষীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। পৰিৱেশ সংৰক্ষণৰ আন্দোলনত পৰিৱেশ আৰু প্ৰকৃতি সাহিত্যৰ বিশেষ …

সম্পাদকীয় Read More »

প্ৰেছ বিবৃতি-গোৱালপাৰা জিলাত দুখন নতুন অভয়াৰণ্যৰ প্ৰস্তাৱ

গোৱালপাৰা জিলা প্ৰাচীন কামৰূপ তথা অসমৰ এটা প্ৰাচীনতম অঞ্চল। হাজাৰ হাজাৰ বছৰ ধৰি এই অঞ্চল ভাৰতীয় সভ্যতাৰ লগত সংপৃক্ত হৈ আছে। গোৱালপাৰা অঞ্চলত পোৱা প্ৰাচীন মন্দিৰ, বৌদ্ধ মঠ, শিলালিপি,স্বৰ্ণমুদ্ৰা আৰু প্ৰাচীন প্ৰত্ন-সম্পদে তাৰ সাক্ষ্য বহন কৰি আহিছে। ভাৰতৰ প্ৰাচীনতম শিলৰ গণেশ মন্দিৰ, ভাৰতৰ অন্যতম প্ৰাচীন বৌদ্ধ স্তুপ আৰু মূৰ্তিখচিত শিলা মন্দিৰ শ্ৰীসূৰ্য পাহাৰ তাৰে উৎকৃষ্ট …

প্ৰেছ বিবৃতি-গোৱালপাৰা জিলাত দুখন নতুন অভয়াৰণ্যৰ প্ৰস্তাৱ Read More »

Pancharatna

প্ৰস্তাৱিত পঞ্চৰত্ন আৰু অজগৰ অভয়াৰণ্যৰ কথা

সৌম্যদ্বীপ দত্ত ভাৰতৰ স্বাধীনতাৰ পিছত অসমত সৰ্বাধিক অৱহেলিত অঞ্চল হ’ল গোৱালপাৰা অঞ্চল। গোৱালপাৰা জিলা অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল হোৱাৰ পিছতো গোৱালপাৰা অঞ্চলৰ প্ৰতি চৰম অৱহেলাৰ ফলত আজি গোৱালপাৰা অঞ্চলে তাৰ প্ৰাচীন গৌৰৱ হেৰুৱাবলৈ ধৰিছে। এছিয়া মহাদেশৰ বৃহত্তৰ শাল অৰণ্য আছিল গোৱালপাৰা অঞ্চলত, গোৱালপাৰা জিলাৰ প্ৰাকৃতিক বিল, আৰ্দ্ৰভূমিবোৰ ভাৰতৰ উৎকৃষ্ট আৰ্দ্ৰভূমি । ভাৰত তথা অসমৰ প্ৰধান …

প্ৰস্তাৱিত পঞ্চৰত্ন আৰু অজগৰ অভয়াৰণ্যৰ কথা Read More »