সম্পাদকীয়- ডিচেম্বৰ
কংকণা দাস শীতৰ আৰম্ভণিৰ লগে লগে অসমলৈ অলেখ আলহী পক্ষীৰ আগমন ঘটে। আমাৰ অৰণ্য সমূহ, গাৱেঁ ভূঞে থকা বিল, আৰ্দ্ৰভূমি সমূহে আমাৰ এই চৰাই বোৰক আতিথ্য প্ৰদান কৰে। অসমৰ প্ৰায় প্ৰতিখন গাৱঁতেই এই পৰিভ্ৰমী চৰাইবোৰ কম বেছি পৰিমাণে দেখা যায়। অসমৰ পৰিৱেশ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতাত এই পক্ষীসমূহে বিশেষ ভূমিকা পালন কৰে। আমাৰ স্থানীয় চৰাই সমূহৰ লগে …






