মহৰ্ষি বাল্মীকি আছিল পৃথিৱীৰ প্ৰথম চৰাই সংৰক্ষক আৰু প্ৰথম প্ৰকৃতি সাহিত্যিক
Photo Source: Internet – সৌম্যদ্বীপ দত্ত সমগ্ৰ পৃথিৱীতে ভাৰতীয়সকলেই একমাত্ৰ জাতি যিসকলে প্ৰাচীন কালৰে পৰা অৰণ্য আৰু বন্যপ্ৰাণীবোৰক সংৰক্ষিত কৰি ৰখাৰ পৰম্পৰা, নিজৰ সংস্কৃতিত বহন কৰি চলিছে৷ বিজ্ঞানভিত্তিক প্ৰকৃতি ইতিহাসৰ জ্ঞান, সমগ্ৰ বিশ্বৰ দেশবোৰে ভাৰতীয়সকলৰ পৰাই গ্ৰহণ কৰিছিল৷ আমেৰিকা, ইউৰোপ ইত্যাদি দেশবোৰৰ পণ্ডিত, বৈজ্ঞানিক আৰু দাৰ্শনিকসকলৰ …
মহৰ্ষি বাল্মীকি আছিল পৃথিৱীৰ প্ৰথম চৰাই সংৰক্ষক আৰু প্ৰথম প্ৰকৃতি সাহিত্যিক Read More »
