দিখৌমুখৰ নীড়-উপনিৱেশিক চৰাইৰ সমস্যা
A nesting colony of Open Billed Stork at Dhanekhuwa village. PC : Hiren Dutta – হীৰেন দত্ত শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ এক নদী কাষৰীয়া অঞ্চল দিখৌমুখ।বহুকেইখন গাঁৱৰ সমষ্টি অঞ্চলটিৰ কাষেৰে দিখৌ,ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নদী বৈ গৈছে।ঐতিহাসিক স্থান শক্তিপীঠ ৰামাখাপীঠ দেৱালয়,শংকৰ আজানৰ সম্বন্বয় ক্ষেত্র আজানপীৰ দৰগাহ,মগলৌপুখুৰী,টাঙোনধোৱা পুখুৰী, টেলিয়াডোঙা পুখুৰীকে ধৰি বহুকেইটা ৰজাদিনীয়া পুখুৰীৰ লগতে ৰংঘৰৰ …
