সম্পাদকীয় অক্টোবৰ ২০২২
– কংকণা দাস কেনে সুন্দৰ হ’ব যদিহে আমাৰ উৎসৱ সমূহৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ চেতনাৰ বীজ ৰোপণ কৰো। হয়! এইয়া উৎসৱৰ বতৰ। প্ৰকৃতিৰ শাৰদীয় সম্ভাষণৰ লগে লগে আমাৰ ইয়াত বিভিন্ন উৎসৱৰ আয়োজন কৰা হয়। দূৰ্গা পূজা, দেৱালী, কাতি বিহু ইত্যাদি ইত্যাদি বিভিন্ন উৎসৱৰ প্ৰস্তুতিৰে এই সময়খিনি ৰঙীণ হৈ থাকে। অতি উলহ মালহেৰে পালন কৰা এই উৎসৱ …
