প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰাৰ গৰিমা

chinmay2

- চিন্ময় নাথ, শ্ৰেণী :ষষ্ঠ, মিনাৰভা একাডেমী পবিতৰা


শুৱনি আমাৰ পবিতৰা খনি

গছ-গছনি, চৰাই আৰু জন্তুৰে ভৰা

শুৱনি আমাৰ পবিতৰাৰ এশিঙীয়া গঁড়

যাৰ বাবে পবিতৰা বিখ্যাত।

শুৱনি আমাৰ পবিতৰাৰ ওলমা দলঙৰ

তলৰ নদীত বিভিন্ন মাছ আৰু সাপেৰে ভৰা 

শুৱনি আমাৰ পবিতৰাত আহি সংগ্ৰহালয় চাবা

তাত মায়ঙৰ যাদু পাবা।