প্ৰকৃতি সাহিত্য ( কবিতা)

ঘৰচিৰিকা

WhatsApp Image 2024-02-21 at 21.54.23_6e65ed58
chinmay2

- চিন্ময় নাথ, মিনাৰ্ভা একাডেমী


ঘৰচিৰিকা ঘৰচিৰিকা

ক’ত আছিলা তুমি

পোৱালিটো আনিছিলো

দুখ পাইছে বুলি।

খুৱাই-বুৱাই ৰাখিছিলো

মৰম চেনেহ কৰি,

ঘূৰাই দিছোঁ পোৱালীটো

ৰাখা যতন কৰি।