প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰা

Krishna Medhi Minerva

- কৃষ্ণা মেধী, শ্ৰেণী : একাদশ, মিনাৰভা জুনিয়ৰ কলেজ

দেখিবলৈ ধুনীয়া 

আমাৰ পবিতৰা

হাজাৰ ৰঙী পক্ষীৰে ভৰা। 

দেখিবলৈ ধুনীয়া 

সকলোৰে চিনাকী 

আমাৰ পবিতৰা। 

দুৰ দুৰণিৰ মানুহে

চাবলৈ আহে

আমাৰ পবিতৰা 

চৰাই চিৰিকটি, জন্তুৰে ভৰা 

এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত 

আমাৰ পবিতৰা।