প্ৰকৃতি সাহিত্য ( কবিতা)
ঘৰচিৰিকা – চিন্ময় নাথ, মিনাৰ্ভা একাডেমী ঘৰচিৰিকা ঘৰচিৰিকা ক’ত আছিলা তুমি পোৱালিটো আনিছিলো দুখ পাইছে বুলি। খুৱাই-বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি, ঘূৰাই দিছোঁ পোৱালীটো ৰাখা যতন কৰি।
ঘৰচিৰিকা – চিন্ময় নাথ, মিনাৰ্ভা একাডেমী ঘৰচিৰিকা ঘৰচিৰিকা ক’ত আছিলা তুমি পোৱালিটো আনিছিলো দুখ পাইছে বুলি। খুৱাই-বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি, ঘূৰাই দিছোঁ পোৱালীটো ৰাখা যতন কৰি।
প্ৰকৃতি আৰু মই Photo Credit : Jyotimoy Kalita – কুকি দেৱী, মিনাৰ্ভা জুনিয়ৰ কলেজ কুৱঁলীবোৰে যেন মায়ং পাহাৰখনক নিজ ভাবি আকোঁৱালি লৈছে। কি যে ধুনীয়া দৃশ্য.. কিযে ধুনীয়া ক্ষণ। ভাবি থাকোতেই মোৰ ছবিখন সম্পূৰ্ণ হ’ল। মই এটা ধুনীয়া মাছৰোকা আকিঁছো। সেই যে, পবিতৰাৰ হাডুক বিলখনত এটা মাছ লৈ উৰি যোৱা গৰাকী.. চৰাইবোৰ সঁচাই সুন্দৰ সিহঁতে …
মোৰ মন যায় – লিপান্তৰ জ্যোতি নাথ বৰদলৈ, শ্ৰেণী : ৫ম, মিনাৰ্ভা একাডেমী মোৰ মন যায় চৰাই হ’ বলৈ, আকাশত মুক্ত মনে উৰি ফুৰিবলৈ। মোৰ মন যায় পবিতৰা অভয়াৰণ্যৰ গঁড় চাবলৈ। ওলমা দলংখন বৰ ভাল লাগে, গঁড়, হাতী, বন গাহৰি থাকে ভাগে ভাগে। বিভিন্ন চৰাই আহি পৰেহি হাডুক বিলত মুক্ত মনে ঘূৰি ফুৰে খাদ্যৰ …
তোমাৰ পৰশ পাই অৰণ্য Photo Credit : Sanjib GohainBoruah – দিব্য জ্যোতি নাথ, শ্ৰেণী : ষষ্ঠ , মিনাৰ্ভা একাডেমী প্ৰকৃতিয়ে পিন্ধিছে সেউজীয়া আভুষণ, তোমাৰ পৰশ পাই অৰণ্য। গছৰ ডালত কুলিৰ মৌ সনা মাত.. তোমাৰ পৰশেৰে প্ৰকৃতি বিনন্দীয়া তোমাৰ পৰশেৰে মন উৰণীয়া। তোমাক পৰশেৰে জীপাল এই ধৰা তোমাৰ পৰশেৰে আশাৰ বতৰা তোমাৰ পৰশ পাই গাভৰু …
কংকণা দাস নেচাৰ্চ বেকনে ২০২৪ ইং বৰ্ষৰ ১৯, ২০ আৰু ২১ জানুৱাৰী তাৰিখে পবিতৰাত বনৰীয়া চৰাই সংৰক্ষণ উৎসৱৰ আয়োজন কৰে। পবিতৰাৰ মায়বং ইকো ৰিজৰ্টৰ স্বত্বাধিকাৰী শ্ৰী যুত নৃপেন নাথৰ সহযোগিতাত অনুষ্ঠিত এই উৎসৱৰ মূল উদ্দেশ্য আছিল বনৰীয়া চৰাই তথা প্ৰকৃতি সংৰক্ষণ। জন্ম লগ্নৰে পৰাই নেচাৰ্চ বেকনে প্ৰকৃতি – পৰিৱেশ সংৰক্ষণৰ হকে নিত্য নতুন চিন্তাৰে ব্যতিক্ৰমী …
পবিতৰা – কৃষ্ণা মেধী, শ্ৰেণী : একাদশ, মিনাৰভা জুনিয়ৰ কলেজ দেখিবলৈ ধুনীয়া আমাৰ পবিতৰা হাজাৰ ৰঙী পক্ষীৰে ভৰা। দেখিবলৈ ধুনীয়া সকলোৰে চিনাকী আমাৰ পবিতৰা। দুৰ দুৰণিৰ মানুহে চাবলৈ আহে আমাৰ পবিতৰা চৰাই চিৰিকটি, জন্তুৰে ভৰা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত আমাৰ পবিতৰা।
পবিতৰাৰ গৰিমা – চিন্ময় নাথ, শ্ৰেণী :ষষ্ঠ, মিনাৰভা একাডেমী পবিতৰা শুৱনি আমাৰ পবিতৰা খনি গছ-গছনি, চৰাই আৰু জন্তুৰে ভৰা শুৱনি আমাৰ পবিতৰাৰ এশিঙীয়া গঁড় যাৰ বাবে পবিতৰা বিখ্যাত। শুৱনি আমাৰ পবিতৰাৰ ওলমা দলঙৰ তলৰ নদীত বিভিন্ন মাছ আৰু সাপেৰে ভৰা শুৱনি আমাৰ পবিতৰাত আহি সংগ্ৰহালয় চাবা তাত মায়ঙৰ যাদু পাবা।
– Novanita Sharma The Wildlife Sanctuary movement of Assam The process of protecting forests in modern India for the preservation of natural forests, and conservation of its flora and fauna came into effect after 1972. The parliament of India enacted the Wildlife Protection of India on 9th September 1972. This Act carved the road for …
– কংকণা দাস ইং ২০২৩ বৰ্ষৰ ২৯ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ লিটাৰেৰী ফেষ্টিভেল অনুষ্ঠিত হয়। এই ফেষ্টিভেলৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় প্ৰকৃতি সাহিত্যৰ এক গুৰুত্বপূৰ্ণ সত্ৰ। প্ৰকৃতি সাহিত্যক বিষয়বস্তু হিচাপে লৈ আলোচনা কৰা এই সত্ৰই অসম তথা ভাৰতৰ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । কিয়নো বৰ্তমান প্ৰেক্ষাপটত প্ৰকৃতি সাহিত্যৰ প্ৰয়োজনীয়তা …
-Novanita Sharma It is that time of the year when we eagerly look forward to the turn in season, from the unforgiving swelt and heat to the sharadia autumn scape of night jasmines and misty mornings in this corner of the planet. Life springs back to hope with another autumn arriving at our doorsteps to …