নেচাৰ্চ বেকনৰ পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ
Nature’s Beckon members with students, teachers, and other participants at Pobitara Wild Birds Conservation Festival 2024 – যুগল সন্দিকৈ ১৮ জানুৱাৰী, ২০২৪ তাৰিখে নিশা ৯.৩০ বজাত আমি সকলোৱে ধেমাজি ৰে’লৱে ষ্টেচনত মিলিত হ’লোঁ৷ আমি মানে মই, ভাস্কৰ, চয়নিকা, সুনয়ন আৰু চয়নিকাৰ মাতৃ সবিতা সোনোৱালৰ লগতে তেওঁলোকক ষ্টেচনলৈকে আগবঢ়াবলৈ অহা তেওঁলোকৰ অভিভাৱকসকল৷ নিশা ১০.০০ বজাৰ ৰে’লেৰে …
