গাঁৱৰ চহাজীৱন আৰু চৰাই
যুগল বৰা আমাৰ গাঁৱলীয়া খেতি পথাৰৰ সৈতে জড়িত প্ৰতিটো পৰিয়ালৰ লগত চৰাইৰ তাহানি দিনৰ পৰাই এক এৰাব নোৱাৰা সম্পৰ্ক আছে। বৰ্তমান বিশ্বমুখী সভ্যতাৰ জোৱাৰত যদিওবা গাঁৱলীয়া চহাজীৱন উটি ভাঁহি গৈ বিপদাপন্ন হৈ পৰিছে, তথাপিও এতিয়াও বহু ঠাইত চৰাইৰ সৈতে সু-সম্পৰ্ক থকা গাঁৱলীয়া পৰিবেশ দেখিবলৈ পোৱা যায়। বিগত কেইটামান দিন চৰাই পয্যবেক্ষণৰ কামত লখিমপুৰ তথা ধেমাজিৰ …





